top of page

শিৱসাগৰ জিলাৰ জেষ্ঠ্য আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ মাতৃ বিজয়া চেতিয়া (শকুন্তলা) (৭১)ৰ দেহাৱসান

  • May 26
  • 1 min read

শিৱসাগৰ জিলাৰ জেষ্ঠ্য আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ মাতৃ বিজয়া চেতিয়া (শকুন্তলা) (৭১)ৰ দেহাৱসান ঘটিছে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বিজয়া চেতিয়াই বিগত সপ্তাহত প্ৰগতি নাৰ্চিং হোমত চিকিৎসাধীন অৱস্থাত আছিল। স্বাস্থ্য কিছু উন্নত হোৱাৰ পাছত যোৱা বুধবাৰে তেওঁক শিৱসাগৰত অৱস্থিত আৰক্ষী অধীক্ষকৰ চৰকাৰী বাসভৱনলৈ অনা হৈছিল।


আজি আৰক্ষী অধীক্ষকগৰাকীৰ চৰকাৰী কোৱাৰ্টাৰতেই শেষ নিশ্বাস ত্যাগ কৰে বিজয়া চেতিয়াই। তেওঁৰ মৃত্যুত আত্মীয়-স্বজন, শুভাকাংক্ষী আৰু বিভিন্ন মহলে গভীৰ শোক প্ৰকাশ কৰিছে।

 
 
 

Recent Posts

See All
বেতবাৰী টাহমূৰা আলি বিধ্বস্ত অংশ‌ই জীয়াতু ভুগাইছে পথাচাৰীৰ -স্হানীয় বিধায়ক তথা মন্ত্ৰী সুশান্ত বৰগোঁহাইলৈ জনতাৰ আহ্বান।

শিৱসাগৰ: শিৱসাগৰ জিলাৰ অন্তৰ্গত বেতবাৰী মৌজাৰ শতাধিক গ্ৰামাঞ্চলৰ লগতে বকতা মৌজাৰ শতাধিক লোকৰ শিৱসাগৰ নগৰলৈ যাতায়তৰ ক্ষেত্ৰত ঐতিহাসিক টাইমূৰা আলিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। বৰ্তমান এই পথটো দুৱৰী গাঁৱ ত

 
 
 

Comments


bottom of page